¡Sorpréndeme!

FAKE NEWS; আম্বানীয়ে নিয়া হাতী অসমৰ নহয় : মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

2025-01-20 0 Dailymotion

‘‘আম্বানীয়ে নিয়া হাতী অসমৰ নহয়, বাতৰিবোৰ ভুৱা ৷’’ FAKE NEWS ৰ ৰঙা ষ্টাম্প মাৰি দাবী কৰিলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷