এফালে গিৱন অভয়াৰণ্যৰ নৈসৰ্গিক সৌন্দৰ্য, আনফালে ৰে'ল বিভাগৰ অবিবেচকী কাণ্ড । জীৱকূললৈ অশানি বাৰ্তা কঢ়িয়াই ৰে'ল বিভাগে সৃষ্টি কৰিছে কদৰ্যময় পৰিৱেশৰ ।