¡Sorpréndeme!

বলীউডৰ ছবিত একেটা ফ্ৰেমতে কংগনা আৰু এজন অসমীয়া অভিনেতা

2025-01-18 1 Dailymotion

কংগনাৰ ‘ইমাৰজেন্সী’ত অভিনয়ৰ সুযোগ অসমৰ অভিনেতাৰ । অসমত ছবিখনৰ শ্বুটিঙৰ সময়ত ছবিখনত অভিনয়ৰ সুযোগ দিয়া হৈছিল অসমৰ অভিনেতাক ।