প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ ৷ ২২ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰদৰ্শিত হ'ব ভাওনা, সত্ৰীয়া সংস্কৃতি, অখণ্ড ভাগৱত পাঠ ৷