তিনিচুকীয়া সংৰক্ষিত আৰক্ষী চাউনিত জোৱানসকলে মাঘ বিহু উদযাপন কৰে । মেজি জ্বলাই সকলোৱে পৰম্পৰা ৰক্ষা কৰে ।