¡Sorpréndeme!

চুৰিৰ ন ন কৌশল শিকাবলৈ আহি আছে ‘গোলাই চোৰ’

2025-01-13 4 Dailymotion

বিহুৰ পিছতে ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘গোলাই চোৰ’। দেওবাৰে মহানগৰীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।