গোলাঘাটত অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকক সম্বৰ্ধনা । সম্বৰ্ধনা গ্ৰহণ কৰি নৱ-নিৰ্বাচিত প্ৰধান সম্পাদকগৰাকীয়ে ক'লে সভাৰ সংস্কাৰৰ কথা ।