নাগালেণ্ড, অৰুণাচলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ সম্ভাৰেৰে সামৰণি দিনটোত উলিওৱা হ'ল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷