¡Sorpréndeme!

বিদেশ ফুৰিবলৈ ওলাইছে পবিত্ৰ মাৰ্ঘেৰিটা; কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিব তিনিখন ৰাষ্ট্ৰ

2025-01-11 0 Dailymotion

১৪-২১ জানুৱাৰীত সাতদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।