¡Sorpréndeme!

পৰম্পৰাগত লাড়ু-পিঠাৰে বিশ্বমুখী যাত্ৰা এগৰাকী অসমীয়া উদ্যোগী মহিলাৰ

2025-01-09 3 Dailymotion

অসমৰ বিভিন্ন স্থানৰ উপৰি ওড়িশা, বেংগালুৰু, দিল্লীৰ লগতে লণ্ডনতো পৰম্পৰাগত লাড়ু-পিঠা বিক্ৰী কৰি স্বাৱলম্বী হৈছে অসীমা হাজৰিকা দত্ত ।