¡Sorpréndeme!

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই

2025-01-08 1 Dailymotion

মঙলদৈত ৫০খন বিচনাযুক্ত অত্যাধুনিক ক্ৰিটিকেল কেয়াৰ ব্লকৰ আধাৰশিলা স্থাপন জে পি নাড্ডাৰ ৷ মঙলদৈত স্থাপন কৰা হ’ব মেডিকেল কলেজ ৷ মুখ্যমন্ত্ৰী ঘোষণা ৷