¡Sorpréndeme!

গোৱালপাৰাত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ; গুৰুতৰভাৱে আহত এজন

2025-01-07 3 Dailymotion

গোৱালপাৰাৰ ভাটিপাৰাত অঘটন । তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত এজন ।