¡Sorpréndeme!

এইবাৰ চোৰে অভিযান চলালে অভয়াপুৰীৰ জি এম নাৰিকলা মজলীয়া বিদ্যালয়ত।

2024-10-19 0 Dailymotion

এইবাৰ চোৰে অভিযান চলালে
অভয়াপুৰীৰ জি এম নাৰিকলা মজলীয়া বিদ্যালয়ত।
চোৰে লুটি নিলে বিদ্যালয়খনৰ দুটা SMART Tv দুটা কম্পিউটাৰ আৰু এটা লেজাৰ প্ৰিন্টাৰ মেচিন সহ প্ৰায় ৩ লাখ টকাৰ সামগ্ৰী ।




#thenereport