¡Sorpréndeme!

বাৰান্দাত শুই আছিল পোহনীয়া কুকুৰ, ছফুট ওখ দেৱাল জপিয়াই আহিল নাহৰফুটুকী, চাওক শ্বাসৰুদ্ধকাৰী ভিডিঅ’

2019-10-14 208 Dailymotion

Dhaval Khatiwala নামৰ এগৰাকী ব্যক্তিৰ নাছিকত থকা বাসগৃহত সংঘটিত হয় এই ঘটনা। মানুহজনে সমগ্ৰ ঘটনা আপলোড কৰিছিল ছচিয়েল মিডিয়াত