¡Sorpréndeme!

দিল্লীৰ AIIMSৰ জৰুৰীকালীন ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড

2019-08-17 72 Dailymotion

অগ্নিকাণ্ডৰ পাছতে বন্ধ কৰি দিয়া হৈছে ইমাৰজেঞ্চী লেৱ, ছুপাৰ স্পেছিয়েলিটি OPD। জৰুৰীকালীন ৱাৰ্ডৰ পৰা ততাতৈয়াকৈ ছফদৰজং হাস্পতাললৈ স্থানান্তৰ কৰা হয় ৰোগীসকলক