¡Sorpréndeme!

বৃদ্ধ দম্পতীৰ সাহসিকতা,মৰিয়াই খেদিলে আক্ৰমণ কৰিবলৈ অহা ডকাইতক, চাওক ভিডিঅ’

2019-08-12 1 Dailymotion

সাহসিকতাৰ দৃশ্য বন্দী হ'ল CCTVত। সন্ধিয়া সময়ত ঘৰত বহি থকা অৱস্থাতে ডকাইতৰ দলে অতৰ্কিতে আক্ৰমণ কৰিছিল বৃদ্ধ দম্পতীক।