¡Sorpréndeme!

কংগ্ৰেছৰ পৰা পদত্যাগ কৰা নাই, ৰাজ্যসভাৰ পৰাহে পদত্যাগ কৰিছে ভুৱনেশ্বৰ কলিতাই

2019-08-05 1,419 Dailymotion

ৰাজ্যসভাৰ সদস্য পদ এৰাৰ বহুকেইটা কাৰণ আছে আৰু এই সকলোবোৰ অতি শীঘ্ৰেই সংবাদমেল পাতি জনাব বুলি কোৱাৰ লগতে কয় যে মই দফা ৩৭০ প্ৰত্যাহাৰৰ সমৰ্থনত দলত্যাগ কৰাৰ বাতৰি সম্পূৰ্ণ ভিত্তিহীন; মই তেনে কোনো পত্ৰ বিতৰণ কৰা নাই।