বৰপেটা চহৰলৈ তীব্ৰ ভাবুকি কঢ়িয়াইছে ব্ৰহ্মপুত্ৰৰ বহৰি, বাঘবৰ মথাউৰিয়ে। নামনি অসমৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাৰ তালিকাত আছে বৰপেটা, দ্বিতীয় স্থানত আছে ধুবুৰী জিলা।