¡Sorpréndeme!

VIDEO: বানৰ কবলত বৰপেটা সত্ৰ, মঠৰ চোতাল ডুবিল বাঢ়নী পানীত

2019-07-16 507 Dailymotion

হাৰিজানৰ পানীয়ে প্লাবিত কৰি তুলিছে বৰপেটা সত্ৰৰ মঠৰ চেতাল ৷ অৱশ্যে মঠৰ ভিতৰত এতিয়াও সোমোৱা নাই পানী ৷ পানীৰ মাজতেই মঠৰ চোতালত সেৱা লৈছে ভক্তই ৷