¡Sorpréndeme!

VIDEO: পুলকেশৰ পৰা ৪ লাখ টকা লৈছিল তান্ত্ৰিক ৰমেশ চহৰীয়াই, আৰু কি ক’লে মাতৃয়ে?

2019-07-08 8,558 Dailymotion

‘২০১০ চনৰ পৰাই পৰিয়ালটোৰে তান্ত্ৰিকৰ আছিল সম্পৰ্ক, যাদৱ চহৰীয়াৰ অসুখৰ চিকিৎসা কৰিছিল তান্ত্ৰিক ৰমেশে।’– এই মন্তব্য পুলকেশ চহৰীয়াৰ মাতৃৰ।