বহু সময় চেষ্টা চলাইও চহৰীয়াক সৈমান কৰিব নোৱাৰাত আৰক্ষীয়ে কৰে গুলীচালনা। আৰক্ষীয়ে গুলীয়াই আহত কৰে চহৰীয়া আৰু তেওঁৰ পুত্ৰক। আৰক্ষীয়ে পিতা-পুত্ৰক গুলীয়াই উদ্ধাৰ কৰে শিশুটিক।