¡Sorpréndeme!

VIDEO: বিশ্বনাথৰ ৰাজপথত ভস্মীভূত বাছ, জীৱন্তে অগ্নিদগ্ধ ২জন

2019-06-30 1,600 Dailymotion

বিশ্বনাথৰ সাধাৰৰুত নিশা বাইক আৰু নৈশ বাছৰ মুখামুখি সংঘৰ্ষৰ পাছতে সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ দুই বাইক আৰোহী।