ঘটনাৰ পিছতে আৰক্ষী ঘটনাস্থলীৰ উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে স্নিফাৰ ডগৰ সহায়ত অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে এতিয়াও সন্ধান পোৱা নাই মহিলাগৰাকীৰ মুণ্ড।