বন আৰু আবকাৰী বিভাগৰ বিষয় ববীয়াক ব্যৱহাৰ কৰিছে মন্ত্ৰীগৰাকীয়ে। পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ।