¡Sorpréndeme!

VIDEO: ডিপাৰ্টমেণ্টেল ষ্ট’ৰত চুৰি যুৱক-যুৱতীৰ, চাওক CCTVৰ দৃশ্য

2019-06-05 1,376 Dailymotion

বিপনীখনৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ৩১ মে’তো যুৱক-যুৱতীয়ে সংঘটিত কৰিছিল চুৰিকাণ্ড। যুৱকজনে cctv কেমেৰা ঢাকি চুৰিকাৰ্যত সহায় কৰে যুৱতীগৰাকীক। প্ৰায় ১৫ হাজাৰ টকাৰ সামগ্ৰী লৈ গৈছিল ৩১ মে’ত।