ডিব্ৰুগড়ৰ পৰা একেৰাহে দ্বিতীয়বাৰলৈ সাংসদৰূপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে মোদী কেবিনেটত স্থান লাভ কৰাত এতিয়া উৎফুল্লিত তেলীৰ পৰিয়াল।