নৰেন্দ্ৰ মোদী নেতৃত্বাধীন নতুন চৰকাৰকখনক শুভকামনা অসমবাসীৰ ফালৰ পৰা। প্ৰথমবাৰেই অসমবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহ এইবাৰ পূৰণ কৰক মোদীয়ে।