¡Sorpréndeme!

দ্বিতীয়টো কাৰ্যকাল প্ৰথমটো কাৰ্যকালতকৈ অধিক ভোটেৰে জিকি অহাটো এটা অভিলেখ

2019-05-23 1 Dailymotion

নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এইটো এটা অভিলেখ আৰু ভাৰতবাসীৰ এই অভূতপূৰ্ব মৰম, আস্থা আৰু বিশ্বাসে দেশৰ আন্তঃজাৰ্তিক পৰ্যায়ৰ নেতালৈ লৈ গ’ল মোদী ডাঙৰীয়াক।’- জয়ৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।