নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হোৱাৰ কামনাৰে পূজা-অৰ্চনা পাঠশালাত। নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী ৰূপে বিচাৰি পাঠশালাৰ তিতকা গাঁৱৰ ৰাইজে শিৱমন্দিৰত পূজা অৰ্চনা কৰে।