লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আত্মবিশ্বাসী বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ। পূৰ্বৰ তুলনাত এইবাৰ অধিক আসন পাব বুলি ক’লে বিজেপিৰ সাধাৰণ সম্পাদকজনে।