¡Sorpréndeme!

নুমলীগড়ত হাতী-মানুহৰ সংঘাত

2019-05-20 4 Dailymotion

ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নুমলীগড়ত দেখা গ’ল এক শিহৰণকাৰী দৃশ্য। এবাৰ যদি হাতীক খেদিছে আনবাৰ হাতীয়ে খেদিছে মানুহক। হাতীয়ে চোঁচা লোৱা দৃশ্য বন্দী হ’ল কেমেৰাত।