গুৱাহাটীত অনুশীলনত ব্যস্ত এম চি মেৰীকম।গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ইণ্ডিয়ান অপেনত অংশগ্ৰহণৰ বাবে গুৱাহাটীলৈ অহা মেৰীকমৰ সৈতে নিউজ১৮ৰ বিশেষ সাক্ষাৎকাৰ।