¡Sorpréndeme!

জেল যোৱাৰ আশংকাত EVMৰ বিসংগতিৰ অভিযোগ উত্থাপন নকৰিলো : প্ৰাক্তন DGP

2019-04-25 2,752 Dailymotion

মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোত অসমৰ প্ৰাক্তন DGP হৰে কৃষ্ণ ডেকাই উত্থাপন কৰা অভিযোগৰ পিছত তোলপাৰ লাগিছে দেশৰ ৰাজনৈতিক মহল আৰু সংবাদ মাধ্যমত।